মেগী স্মিথ
From Wikipedia, the free encyclopedia
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।
ক্ষিপ্ৰ তথ্য দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ, জন্ম ...
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ | |
---|---|
মেগী স্মিথ | |
জন্ম | দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ ২৮ ডিচেম্বৰ, ১৯৩৪ (৮৯ বছৰ) ইলফ'ৰ্ড, লণ্ডন, ইংলেণ্ড |
অন্য নাম | দাম মেগী স্মিথ |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫২ৰ পৰা-বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | ৰবাৰ্ট ষ্টিফেনছ (১৯৬৭-১৯৭৪) বিভাৰলী ক্ৰ'ছ (১৯৭৫-১৯৯৮, তেওঁৰ মৃত্যুলৈকে) |
সন্তান | ক্ৰিছ লাৰ্কিন টবি ষ্টিফেনছ |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য ফিল্ম এৱাৰ্ডছ, ১৯৬৯ ...
ফিল্ম এৱাৰ্ডছ | |
---|---|
একাডেমী এৱাৰ্ডছ (ইংৰাজী: Academy Awards) | |
১৯৬৯ | শ্ৰেষ্ঠা অভিনেত্ৰী |
১৯৭৮ | শ্ৰেষ্ঠা সহ-অভিনেত্ৰী |
ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডছ (ইংৰাজী: British Academy Film Awards) | |
১৯৬৯, ১৯৮৪, ১৯৮৬, ১৯৮৮ | শ্ৰেষ্ঠা অভিনেত্ৰী |
১৯৯৯ | শ্ৰেষ্ঠা সহ-অভিনেত্ৰী |
১৯৯৬ | Fellowship |
গ'ল্ডেন গ্লব এৱাৰ্ডছ (ইংৰাজী: Golden Globe Awards) | |
১৯৭৮ | শ্ৰেষ্ঠা অভিনেত্ৰী - ম'চন পিকচাৰ মিউজিকেল অৰ কমেডী |
১৯৮৬ | শ্ৰেষ্ঠা সহ-অভিনেত্ৰী - ম'চন পিকচাৰ |
স্ক্ৰীন এক্টৰছ গিল্ড এৱাৰ্ডছ (ইংৰাজী: Screen Actors Guild Awards) | |
২০০১ | Outstanding Performance by a Cast in a Motion Picture |
বন্ধ কৰক