মলুৱা বান্দৰ
From Wikipedia, the free encyclopedia
মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷
ক্ষিপ্ৰ তথ্য মলুৱা বান্দৰ (Rhesus macaque), সংৰক্ষণ স্থিতি ...
মলুৱা বান্দৰ (Rhesus macaque)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Macaca |
প্ৰজাতি: | M. mulatta |
বৈজ্ঞানিক নাম | |
Macaca mulatta (Zimmermann, 1780) | |
মলুৱা বান্দৰৰ বিতৰণ |
বন্ধ কৰক