ভেকুলী
From Wikipedia, the free encyclopedia
ভেকুলী (ইংৰাজী: Frog) হৈছে উভচৰ মেৰুদণ্ডী প্ৰাণীৰ এটা প্ৰজাতি। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, উপবৰ্গ ...
ভেকুলী জীৱাশ্ম কাল: Early Jurassic - Present, ২০০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
বিভিন্ন প্ৰকাৰৰ ভেকুলী | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Amphibia |
(অশ্ৰেণীকৃত): | Salientia |
বৰ্গ: | Anura Duméril, ১৮০৬ (Anoures হিচাপে) |
উপবৰ্গ | |
Archaeobatrachia | |
ভেকুলীৰ ভৌগোলিক বিস্তৃতি (সেউজীয়া) |
বন্ধ কৰক