ভূপেন হাজৰিকাৰ কৰ্মৰাজি
From Wikipedia, the free encyclopedia
ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে। তেখেতে মৰণোত্তৰভাৱে 2012 চনত পদ্ম বিভূষণেৰে সন্মানিত হয়