ভাৰতীয় ভাষা
ভাৰতীয় প্ৰজাতন্ত্ৰত কথিত ভাষাসমূহৰ আভাস / From Wikipedia, the free encyclopedia
হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতি প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
ক্ষিপ্ৰ তথ্য ভাৰতৰ ভাষা, আধিকাৰিক ভাষা ...
ভাৰতৰ ভাষা | |
---|---|
বৃহত্তৰ ভাৰতৰ ভাষা পৰিয়াল নিহালী, কুচুণ্ডা, আৰু থাই ভাষা দেখুৱা হোৱা নাই | |
আধিকাৰিক ভাষা | অসমীয়া · বাংলা · বড়ো · ডোগ্ৰী · ইংৰাজী · গুজৰাটী · হিন্দী · কন্নড় · কাশ্মিৰী · কোংকণী · মৈথিলী · মালয়ালম · মণিপুৰী · মাৰাঠী · নেপালী · ওড়িয়া · পঞ্জাবী · সংস্কৃত · চাঁওতালি · সিন্ধী · তামিল · তেলেগু · উৰ্দু · |
আঞ্চলিক ভাষা | অৱধী · অংগিকা · ভোজপুৰী · ব্ৰজাৱলী · ছত্তীছগঢ়ী · দেউৰী · ডিমাছা · ডটেলী · গঢ়ৱালী · গাৰো · খাছী · জয়ন্তীয়া · কামতাপুৰী · কাৰ্বি · ককবৰক · কুমাঊঁনী · মগধী · মিজো · মিচিং · নেৱাৰী · ৰাভা · ৰাজস্থানী · সম্বলপুৰী · তুলু · |
বন্ধ কৰক