ভদৰকলি
From Wikipedia, the free encyclopedia
ভদৰকলি (ইংৰাজী: Great Tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷[2]
ক্ষিপ্ৰ তথ্য ভদৰকলি (Great Tit), সংৰক্ষণ স্থিতি ...
ভদৰকলি (Great Tit) | |
---|---|
মতা ভদৰকলি চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Paridae |
গণ: | Parus |
প্ৰজাতি: | P. major |
বৈজ্ঞানিক নাম | |
Parus major Linnaeus, 1758 | |
ভদৰকলিৰ বিতৰণ |
বন্ধ কৰক