বৰাশগুণ
From Wikipedia, the free encyclopedia
বৰাশগুণ[2] (ইংৰাজী: Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায় ।
ক্ষিপ্ৰ তথ্য বৰাশগুণ (Griffon Vulture), সংৰক্ষণ স্থিতি ...
বৰাশগুণ (Griffon Vulture) | |
---|---|
স্পেইনৰ মাদ্ৰিদ চিৰিয়াখানাত এটা বৰাশগুণ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes |
পৰিয়াল: | Accipitridae |
গণ: | Gyps |
প্ৰজাতি: | G. fulvus |
বৈজ্ঞানিক নাম | |
Gyps fulvus (Hablizl, 1783) | |
Dark green: areas of year-round habitation |
বন্ধ কৰক