বগা বালিমাহী
From Wikipedia, the free encyclopedia
বগা বালিমাহী, (ইংৰাজী: White Wagtail, বৈজ্ঞানিক নাম-Motacilla alba) এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷
ক্ষিপ্ৰ তথ্য বগা বালিমাহী (White Wagtail), সংৰক্ষণ স্থিতি ...
বগা বালিমাহী (White Wagtail) | |
---|---|
M. alba alba | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Motacillidae |
গণ: | Motacilla |
প্ৰজাতি: | M. alba |
বৈজ্ঞানিক নাম | |
Motacilla alba Linnaeus, 1758 |
বন্ধ কৰক