প্ৰদ্যুম্ন
From Wikipedia, the free encyclopedia
প্ৰদ্যুম্ন (ইংৰাজী: Pradyumna, সংস্কৃত: प्रद्युम्न ) অনিৰুদ্ধৰ পিতৃ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল। তেওঁ পূৰ্বজন্মতে কামদেৱ আছিল। প্ৰাচীন আখ্যানৰ মতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে ভগৱান শিৱৰ কোপত কামদেৱ ভস্মীভূত হৈছিল আৰু ৰতি দেৱীৰ কাতৰ প্ৰাৰ্থনাৰ ফলত পুনৰ ৰূপ পাইছিল। উল্লেখ আছে যে কামদেৱে পুনৰ ৰূপ পোৱাৰ কাৰণে প্ৰাগজ্যোতিষপুৰৰ নাম কামৰূপলৈ পৰিৱৰ্তন হয়।[1]