দৈকলা
From Wikipedia, the free encyclopedia
দৈকলা[2](ইংৰাজী: Great Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax carbo), এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত। [3]
ক্ষিপ্ৰ তথ্য দৈকলা (Great Cormorant), সংৰক্ষণ স্থিতি ...
দৈকলা (Great Cormorant) | |
---|---|
অষ্ট্ৰলিয়াত এটা দৈকলা চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Suliformes |
পৰিয়াল: | Phalacrocoracidae |
গণ: | Phalacrocorax |
প্ৰজাতি: | P. carbo |
বৈজ্ঞানিক নাম | |
Phalacrocorax carbo (Linnaeus, 1758) |
বন্ধ কৰক