থাইলেচিন
From Wikipedia, the free encyclopedia
থাইলেচিন (ইংৰাজী: Thylacine) আধুনিক যুগৰ জনাৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসখোৱা মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিছ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল। ইহঁত 'থাইলেচিনিডায়' (Thylacinidae) পৰিয়ালৰ শেষ প্ৰজাতি আছিল কাৰণ বাকী গোটেইবিলাক প্ৰজাতি ৫০ লাখমান বছৰ আগতেই বিলুপ্ত হৈ গৈছিল।
ক্ষিপ্ৰ তথ্য থাইলেচিন Thylacine, সংৰক্ষণ স্থিতি ...
থাইলেচিন Thylacine | |
---|---|
১৯০৬ চনত আমেৰিকাৰ চিৰিয়াখানা এখনত দুটা থাইলেচিন | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | animalia |
পৰ্ব: | ক’ৰডাটা (Chordata) |
শ্ৰেণী: | স্তন্যপায়ী (Mammalia) |
অনুশ্ৰেণী: | মাৰ্চুপিয়েল (Marsupialia) |
বৰ্গ: | ডেচিউৰ’ম’ৰ্ফিয়া (Dasyuromorphia) |
পৰিয়াল: | †থাইলেচিনিডায় (Thylacinidae) |
গণ: | †থাইলেচিনাচ (Thylacinus) |
প্ৰজাতি: | †থাইলেচিনাচ চাইন’চেফালুচ |
বৈজ্ঞানিক নাম | |
Thylacinus cynocephalus (হেৰিচ, ১৮০৮) | |
সমাৰ্থক | |
|
বন্ধ কৰক