তীক্ষ্ণদন্তী প্ৰাণী
From Wikipedia, the free encyclopedia
তীক্ষ্ণদন্তী প্ৰাণী (ইংৰাজী: Rodent) বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰণে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদি কঠিন বস্তু সহজে খাব পাৰে।[1] সেয়ে ইহঁত মূলতে তৃণভোজী। কিছুমান তীক্ষ্ণদন্তীয়ে মানুহৰ পোঁহ মানে। কিছুমানে ৰোগৰ বীজাণু বহন কৰে। সকলো তীক্ষ্ণদন্তীৰেই নেজ আছে। তীক্ষ্ণদন্তীৰ পৰাই সকলো স্তন্যপায়ী প্ৰাণীৰ উদ্ভব হৈছে।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, উপ বৰ্গসমূহ ...
তীক্ষ্ণদন্তী প্ৰাণী জীৱাশ্ম কাল: ৫৬–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
Clockwise from top left: capybara, springhare, golden-mantled ground squirrel, house mouse and North American beaver representing the suborders Hystricomorpha, Anomaluromorpha, Sciuromorpha, Myomorpha, and Castorimorpha, respectively. | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
(অশ্ৰেণীকৃত): | Glires |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Rodentia Bowdich, 1821 |
উপ বৰ্গসমূহ | |
Anomaluromorpha | |
Combined range of all rodent species (not including introduced populations) |
বন্ধ কৰক