তিমি
From Wikipedia, the free encyclopedia
তিমি (ইংৰাজী: Cetacea) হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ।[2] তিমিৰ প্ৰায় ৮৮টা জীৱিত প্ৰজাতি আছে। তিমিৰ দুটা উপ-বৰ্গ হৈছে Mysticeti আৰু Odontoceti। হোৱেল, ডলফিন আৰু পৰপইজ, হৈছে তিমিৰ অশ্ৰেণীকৃত উপগোট।[3][4][5][6]
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, Parvorders ...
তিমি[1] জীৱাশ্ম কাল: ৫৫–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Whippomorpha |
অনুবৰ্গ: | Cetacea |
Parvorders | |
Mysticeti | |
[[{{{diversity_link}}}|Diversity]] | |
প্ৰায় ৮৮টা প্ৰজাতি |
বন্ধ কৰক
তিমিৰ আকাৰ আৰু ওজন ক্ৰমে প্ৰায় ৪.৫ ফুট (1.4 মিটাৰ) আৰু সাঁচ:Convert/lbsৰ পৰা ১১০ ফুট (34 মিটাৰ) আৰু সাঁচ:Convert/ST পৰ্যন্ত হোৱা দেখা যায়। নীলী তিমি পৃথিৱীৰ আটাইটকৈ ডাঙৰ জীৱ।