তিতা চঁপা
গছৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
তিতা চঁপা (বৈজ্ঞানিক নাম: Magnolia champaca) হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি।[3] পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল।[3] ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য তিতা চঁপা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
তিতা চঁপা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Magnoliales |
পৰিয়াল: | Magnoliaceae |
গণ: | Magnolia |
প্ৰজাতি: | M. champaca |
বৈজ্ঞানিক নাম | |
Magnolia champaca (L.) Baill. ex Pierre[1] | |
সমাৰ্থক[2] | |
|
বন্ধ কৰক