টেঙা কঁটৰা
এবিধ উদ্ভিদ / From Wikipedia, the free encyclopedia
টেঙা কঁটৰা (বৈজ্ঞানিক নাম: Piliostigma malabaricum) হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি।[2][3] বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ[4] আৰু ট্ৰাইব বাউইনিয়া[5] চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য টেঙা কঁটৰা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
টেঙা কঁটৰা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Cercidoideae |
গণ: | Piliostigma |
প্ৰজাতি: | P. malabaricum |
বৈজ্ঞানিক নাম | |
Piliostigma malabaricum (Roxb.)Benth. | |
সমাৰ্থক | |
Bauhinia malabarica[1] |
বন্ধ কৰক
ইয়াৰ এছীয় প্ৰজাতিটোক "Purple Orchid Tree" বুলি কোৱা হয় আৰু ভিয়েটনামী ভাষাত চান ট্ৰাও আৰু মং ব’ টাই ভই বুলি কয়। কেটালগ অৱ লাইফত উপ−প্ৰজাতিটোকP. malabaricum acidum নামেৰে অন্তৰ্ভুক্ত কৰা আছে।[2]