চেঁচোৰ
ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ / From Wikipedia, the free encyclopedia
চেঁচোৰ (ইংৰাজী: Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়[1]
ক্ষিপ্ৰ তথ্য চেঁচোৰ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
চেঁচোৰ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Poales |
পৰিয়াল: | Cyperaceae |
গণ: | Eleocharis |
প্ৰজাতি: | E. dulcis |
বৈজ্ঞানিক নাম | |
Eleocharis dulcis (Burm.f.) Trin. ex Hensch. |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত, শক্তি ...
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 406 কিলোজুল (97 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 23.94 g |
- চেনি | 4.8 g |
- খাদ্য আঁহ | 3 g |
চৰ্বী | 0.1 g |
প্ৰ’টিন | 1.4 g |
থায়েমিন (ভিটামিন বি১) | 0.14 mg (12%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.2 mg (17%) |
নিয়াচিন (ভিটামিন বি৩) | 1 mg (7%) |
পেণ্টথেনিক এচিড (বি৫) | 0.479 mg (10%) |
ভিটামিন বি৬ | 0.328 mg (25%) |
ফলেট (ভিটামিন বি৯) | 16 μg (4%) |
ভিটামিন চি | 4 mg (5%) |
ভিটামিন ই | 1.2 mg (8%) |
মেগনেছিয়াম | 22 mg (6%) |
মেংগানিজ | 0.331 mg (16%) |
ফছফ’ৰাছ | 63 mg (9%) |
পটাছিয়াম | 584 mg (12%) |
জিংক | 0.5 mg (5%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
বন্ধ কৰক