গঢ়ৱালী ভাষা
ইন্দো-আৰ্য ভাষাৰ উত্তৰ অঞ্চলৰ কেন্দ্ৰীয় পাহাৰী ভাষা / From Wikipedia, the free encyclopedia
গঢ়ৱালী (গঢ়ৱালী ভাষাত: गढ़वळि, IPA: [gɜɽʱʋɜliˑ]) এটি ভাৰতীয়-আৰ্য ভাষা যি কেন্দ্ৰীয় পাহাড়ী উপ-গোটৰ। এই ভাষা মুখ্যতঃ হিমালয়ী ৰাজ্য উত্তৰাখণ্ডৰ গঢ়ৱাল প্ৰান্তত গঢ়ৱালী লোকে কয়।
ক্ষিপ্ৰ তথ্য Garhwali, থলুৱা অঞ্চল ...
Garhwali | |
---|---|
गढ़वळि | |
'Garhwali' as spelled in Devanagari. | |
থলুৱা অঞ্চল | India |
অঞ্চল | Garhwal, Uttarakhand |
জাতীয়তা | Garhwali |
স্থানীয় ভাষিক |
সাঁচ:Sigfig million (2011 census)[1][lower-alpha 1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Devanagari |
ভাষা সংকেত | |
ISO 639-3 | gbm |
বন্ধ কৰক
গঢ়ৱালীৰ কেইবাটাও স্থানীয় উপ-ভাষা আছে। এই ভাষা লুপ্তপ্ৰায় নহয় (এথনলগৰ মতে ই "ভিগৰাছ"), কিন্তু ই ইউনেস্ক'ৰ এটলাছ অৰ ৱৰ্ল্ডছ লেংগুৱেজেছ ইন ডেঞ্জাৰত "ভালনাৰেবল" শাখাত অন্তৰ্ভুক্ত।[3]