কুৰুৱাবাহী সত্ৰ
From Wikipedia, the free encyclopedia
কুৰুৱাবাহী সত্ৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত এই ৰাজসত্ৰখন অৱস্থিত। স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাঁহ থকা বাবে নাম হ’ল কুৰুৱাবাহী সত্ৰ। সত্ৰখনৰ সঠিক স্থাপন কালৰ কথা জনা নাযায় যদিও আহোম ৰজা প্ৰতাপ সিংহৰ দিনতেই চাৰিওখন ৰাজসত্ৰৰ ভিতৰত এই কুৰুৱাবাহীখনেই প্ৰথমে স্থাপন হৈছিল। কুৰুৱাবাহী সত্ৰক চাৰি সত্ৰৰ আদি সত্ৰ বুলি ধৰা যায় আৰু সেয়ে আন তিনিখন ৰাজসত্ৰৰ সত্ৰাধিকাৰে চহৰ ফুৰিবলৈ ভটিয়াই গ’লে কুৰুৱাবাহীত সোমাই যোৱা পৰম্পৰা এতিয়াও চলি আছে। আন তিনিখন সত্ৰত ভাবী-অধিকাৰ নাইকিয়া হ’লে কুৰুৱাবাহীৰ পৰা আনি লোৱাৰ নিয়ম।
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য কুৰুৱাবাহী সত্ৰ ...
কুৰুৱাবাহী সত্ৰ |
---|
বন্ধ কৰক