কাকৈশিৰা
From Wikipedia, the free encyclopedia
কাকৈশিৰা বা গোবৰ খোচৰা(ইংৰাজী: Hoopoe; (pron.: /ˈhuːpuː/); বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা (sunbathe) দেখা যায়।[2] তদুপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে।[3] কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই।
ক্ষিপ্ৰ তথ্য কাকৈশিৰা, সংৰক্ষণ স্থিতি ...
কাকৈশিৰা | |
---|---|
দীপৰ বিলত শীতকালত কাকৈশিৰা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Upupidae Leach, 1820 |
গণ: | Upupa Linnaeus, 1758 |
প্ৰজাতি: | U. epops |
বৈজ্ঞানিক নাম | |
Upupa epops Linnaeus, 1758 | |
আনুমানিক বিস্তৃতি: nesting resident (all year) wintering |
বন্ধ কৰক