এইচ টি এম এল
হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ / From Wikipedia, the free encyclopedia
এইচ টি এম এল (ইংৰাজী: HTML) হ’ল 'হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ' (Hyper Text Markup Language)-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও,[2] তাৰ দৰেই এই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত সহায় কৰে। ইয়াক চি এছ এছ আৰু জাভাস্ক্ৰীপ্টৰ সহায়ত উন্নতমানৰ ৰূপ প্ৰদান কৰিব পাৰি।
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ফাইলনেইম এক্সটেনছন, Internet media type ...
এইচ টি এম এলৰ শেহতীয়া সংস্কৰণ এইচ টি এম এল ৫-ৰ আনুষ্ঠানিক ল’গ’৷[1] | |
ফাইলনেইম এক্সটেনছন |
|
---|---|
Internet media type |
text/html |
টাইপ ক'ড | TEXT |
বিকাশকৰ্তা | WHATWG |
প্ৰাৰম্ভিক মুকলি | ১৯৯৩; ৩১ বছৰ আগতে (1993) |
শেহতীয়া মুকলি | Living Standard (2021) |
ফৰমেটৰ প্ৰকাৰ | Document file format |
Container for | HTML elements |
Contained by | Web browser |
Extended from | SGML |
Extended to | XHTML |
Open format? | হয় |
ৱেবছাইট | html |
বন্ধ কৰক
ইণ্টাৰনেটত ৱেবছাইটৰ পেজসমূহ তৈয়াৰ কৰাত ই সকলোতকৈ জনপ্ৰিয়। ইয়াৰ এক্সটেনশ্বন ফাইল .html আৰু .htm উভয়ে হ’ব পাৰে। বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰি এই এইচ টি এম এলৰ সহায়ত বিভিন্ন ধৰণৰ ফৰমেট তৈয়াৰ কৰিব পাৰি। ইয়াৰ শেহতীয়া সংস্কৰণটো হ’ল- এইচ টি এম এল ৫ (HTML5) ।