ঊষা মেহতা
From Wikipedia, the free encyclopedia
ঊষা মেহতা (ইংৰাজী: Usha Mehta, ২৫ মাৰ্চ ১৯২০ - ১১ আগষ্ট ২০০০)[2] ভাৰতৰ এগৰাকী গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কেইমাহমান ধৰি গোপন ৰেডিঅ' ষ্টেচন 'কংগ্ৰেছ ৰেডিঅ' চলাইছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে তেওঁৰ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।
ক্ষিপ্ৰ তথ্য ঊষা মেহতা, জন্ম ...
ঊষা মেহতা | |
---|---|
জন্ম | ২৫ মাৰ্চ, ১৯২০ চাৰছ গাঁও, চুৰাট, গুজৰাট, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১১ আগষ্ট, ২০০০ (৮০ বছৰ) |
শিক্ষা | গান্ধী দৰ্শনত পিএইছডি |
পেচা | সক্ৰিয়বাদী, অধ্যাপক |
নিয়োগকৰ্তা | ৱিলছন কলেজ, মুম্বাই (১৯৮০ চনলৈ)[1] গান্ধী শান্তি ফাউণ্ডেচন |
জনা যায় | গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মবিভূষণ, ১৯৯৮ |
বন্ধ কৰক