ইন্দিৰা গান্ধী
ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী / From Wikipedia, the free encyclopedia
ইন্দিৰা গান্ধী (ইংৰাজী: Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ইন্দিৰা গান্ধী | |
---|---|
ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ১৪ জানুৱাৰী, ১৯৮০ – ৩১ অক্টোবৰ, ১৯৮৪ | |
ৰাষ্ট্ৰপতি | নীলম সঞ্জীৱ ৰেড্ডী জেইল সিং |
পূৰ্বসূৰী | চৰণ সিং |
উত্তৰসূৰী | ৰাজীৱ গান্ধী |
কাৰ্যকাল ২৪ জানুৱাৰী, ১৯৬৬ – ২৪ মাৰ্চ, ১৯৭৭ | |
ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণণ জাকিৰ হুছেইন ভেংকট গিৰি (ভাৰপ্ৰাপ্ত) মহম্মদ হিদায়তুল্লাহ (ভাৰপ্ৰাপ্ত) ভেংকট গিৰি ফখৰুদ্দিন আলি আহমেদ বাছাপ্পা দানাপ্পা জাত্তি (ভাৰপ্ৰাপ্ত) |
সহকাৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | গুলজাৰিলাল নন্দা (ভাৰপ্ৰাপ্ত) |
উত্তৰসূৰী | মোৰাৰজী দেশাই |
ভাৰতৰ বৈদেশিক মন্ত্ৰী | |
কাৰ্যকাল ৯ মাৰ্চ, ১৯৮৪ – ৩১ অক্টোবৰ, ১৯৮৪ | |
পূৰ্বসূৰী | নৰসিংহ ৰাও |
উত্তৰসূৰী | ৰাজীৱ গান্ধী |
কাৰ্যকাল ২২ আগষ্ট, ১৯৬৭ – ১৪ মাৰ্চ, ১৯৬৯ | |
পূৰ্বসূৰী | এম চি চাগলা |
উত্তৰসূৰী | দিনেশ সিং |
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ১৪ জানুৱাৰী, ১৯৮০ – ১৫ জানুৱাৰী, ১৯৮২ | |
পূৰ্বসূৰী | চিদাম্বৰম সুব্ৰমনিয়াম |
উত্তৰসূৰী | আৰ ভেঙ্কটৰমন |
কাৰ্যকাল ৩০ নৱেম্বৰ, ১৯৭৫ – ২০ ডিচেম্বৰ, ১৯৭৫ | |
পূৰ্বসূৰী | চৰ্দাৰ চৰণ সিং |
উত্তৰসূৰী | বংশী লাল |
ভাৰতৰ গৃহমন্ত্ৰী | |
কাৰ্যকাল ২৭ জুন, ১৯৭০ – ৪ ফেব্ৰুৱাৰী, ১৯৭৩ | |
পূৰ্বসূৰী | যশৱন্ত চৱন |
উত্তৰসূৰী | উমা শংকৰ দীক্ষিত |
ভাৰতৰ বিত্তমন্ত্ৰী | |
কাৰ্যকাল ১৬ জুলাই, ১৯৬৯ – ২৭ জুন, ১৯৭০ | |
পূৰ্বসূৰী | মোৰাৰজী দেশাই |
উত্তৰসূৰী | যশৱন্ত চৱন |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯ নৱেম্বৰ, ১৯১৭ আনন্দ ভৱন, এলাহাবাদ, উত্তৰ প্ৰদেশ |
মৃত্যু | ৩১ অক্টোবৰ, ১৯৮৪ (৬৬ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ফিৰোজ গান্ধী |
সমন্ধ | জৱাহৰলাল নেহৰু (পিতৃ) |
সন্তান | ৰাজীৱ গান্ধী সঞ্জয় গান্ধী |
শিক্ষানুষ্ঠান | বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, কলকাতা |