আৰ ভেঙ্কটৰমন
ভাৰতীয় অধিবক্তা আৰু স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০ – ২৭ জানুৱাৰী ২০০৯)[1][2] আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।[3]
ক্ষিপ্ৰ তথ্য ৰামাস্বামী ভেঙ্কটৰমন, ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতি ...
ৰামাস্বামী ভেঙ্কটৰমন | |
---|---|
আৰ ভেঙ্কটৰমন | |
ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ১৯৮৭ – ২৫ জুলাই ১৯৯২ | |
প্ৰধানমন্ত্ৰী | ৰাজীৱ গান্ধী ভি.পি. সিং চন্দ্ৰ শেখৰ পি.ভি. নৰসিংহ ৰাও |
উপ ৰাষ্ট্ৰপতি | শংকৰ দয়াল শৰ্মা |
পূৰ্বসূৰী | জেইল সিং |
উত্তৰসূৰী | শংকৰ দয়াল শৰ্মা |
ভাৰতৰ সপ্তমজন উপ-ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ৩১ আগষ্ট ১৯৮৪ – ২৪ জুলাই ১৯৮৭ | |
ৰাষ্ট্ৰপতি | জেইল সিং |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী |
পূৰ্বসূৰী | মহম্মদ হিদায়েৎতুল্লা |
উত্তৰসূৰী | শংকৰ দয়াল শৰ্মা |
গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী | |
কাৰ্যকাল ২২ জুন ১৯৮২ – ২ ছেপ্টেম্বৰ ১৯৮২ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | জেইল সিং |
উত্তৰসূৰী | প্ৰকাশ চন্দ্ৰ শেঠী |
প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী | |
কাৰ্যকাল ১৫ জানুৱাৰী ১৯৮২ – ২ আগষ্ট ১৯৮৪ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | শংকৰাও চাৱন |
বিত্ত বিভাগৰ মন্ত্ৰী | |
কাৰ্যকাল ১৪ জানুৱাৰী ১৯৮০ – ১৫ জানুৱাৰী ১৯৮২ | |
প্ৰধানমন্ত্ৰী | বিত্ত বিভাগৰ মন্ত্ৰী |
পূৰ্বসূৰী | হেম্বতী নন্দন বহুগুণা |
উত্তৰসূৰী | প্ৰণৱ মুখাৰ্জী |
ব্যক্তিগত তথ্য | |
জন্ম | ৰামাস্বামী ভেঙ্কটৰমন ৪ ডিচেম্বৰ, ১৯১০ ৰাজমাদাম, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত ( এতিয়া তামিল নাডু, ভাৰত) |
মৃত্যু | ২৭ জানুৱাৰী, ২০০৯ (৯৮ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | জানকী ভেঙ্কটৰমন |
শিক্ষানুষ্ঠান | লয়লা কলেজ, মাদ্ৰাছ বিশ্ববিদ্যালয় |
জীৱিকা |
|
স্বাক্ষৰ |
বন্ধ কৰক