অৰুণ শৰ্মা
অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক আৰু কবি / From Wikipedia, the free encyclopedia
অৰুণ শৰ্মা (ইংৰাজী: Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য অৰুণ শৰ্মা, জন্ম ...
অৰুণ শৰ্মা | |
---|---|
জন্ম | ১৯৩১ চন সেন্দূৰী আলি, ডিব্ৰুগড়, অসম, ভাৰত |
মৃত্যু | ২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ) নতুন দিল্লী |
পেচা | সহিত্যিক, নাট্যকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | আশীৰ্বাদৰ ৰং |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৭)[1] |
দাম্পত্যসংগী | আৰতি শৰ্মা |
সন্তান | নন্দিনী, অচিন্ত |
বন্ধ কৰক