তথ্যভিত্তিক প্ৰশ্ন
- তথ্যকেন্দ্ৰ হৈছে এখন পুথিভঁৰালৰ মেজৰ নিচিনা য'ত আপুনি ৱিকিপিডিয়াৰ বাহিৰে যিকোনো বিষয়ৰ প্ৰশ্ন সুধিব পাৰিব। তাত থকা সম্পাদকসকলে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব, বা আপোনাক সঠিক ঠাইলৈ আঙুলিয়াই দিব।
যেনে- "টেষ্ট ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ৰাণ কাৰ নামত আছে?"
- তথ্যকেন্দ্ৰক কেইবাটাও বিষয় ভাগত ভগোৱা হৈছে:
- কম্পিউটিং – মনোৰঞ্জন – ভাষা – মানৱ বিজ্ঞান – গণিত – বিজ্ঞান
- আপুনি যদি সঠিক পৃষ্ঠা সম্পৰ্কে নিশ্চিত নহয় তেন্তে বিবিধ পৃষ্ঠাখন ব্যৱহাৰ কৰক।
নিৰ্দিষ্ট প্ৰবন্ধ সম্পৰ্কে মন্তব্য
- প্ৰতিটো প্ৰবন্ধৰে নিজা আলোচনা পৃষ্ঠা আছে। কোনো প্ৰবন্ধৰ বিষয়বস্তু সম্পৰ্কে প্ৰশ্ন কৰিবলৈ বা গঠনমূলক মতামত দিবলৈ পৃষ্ঠাখনৰ ওপৰৰ আলোচনা টেব্টোত ক্লিক কৰক। কিন্তু মনত ৰাখিব যে প্ৰবন্ধটোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ৱিকিপিডিয়া কোনো আলোচনা সভা নহয় – মন্তব্যসমূহ প্ৰবন্ধটোৰ বিষয়বস্তুৰ ওপৰত সীমাবদ্ধ হোৱা উচিত।
|
ৱিকিপিডিয়াৰ ব্যৱহাৰ বা তালৈ বৰঙণি আগবঢ়োৱাৰ প্ৰশ্ন
আপোনাৰ প্ৰশ্নৰ উত্তৰ সততে উদিত হোৱা প্ৰশ্নসমূহত পাব পাৰে। যদি নাপায়:
- সাহায্য কেন্দ্ৰ হৈছে প্ৰশ্ন সোধাৰ মূল স্থান।
- নতুন অৱদানকাৰীৰ সহায় পৃষ্ঠা হৈছে নতুন সদস্যৰ বাবে এক কেন্দ্ৰীয় সহায় নিৰ্দেশিকা।
- সম্পাদকৰ সহায়/অনুৰোধ হৈছে সমলৰ সমস্যা আৰু বিবাদ সামাধানৰ স্থান।
- অতি সক্ৰিয় ব্যৱহাৰকাৰী পৃষ্ঠাখনত আপুনি নিজৰ সময়স্থানৰ সক্ৰিয় সম্পাদকসকলৰ পৰা সহায় আৰু পৰামৰ্শ ল'ব পাৰিব।
- ৰাইজৰ চ'ৰা পৃষ্ঠাখনত অধিক জটিল প্ৰকল্প বিষয়ক কাৰিকৰী সমস্যা, নীতি, প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ চালনা সম্পৰ্কে আলোচনা কৰা হয়।
- মিডিয়া স্বত্বাধিকাৰৰ প্ৰশ্ন পৃষ্ঠাখনত ৱিকিপিডিয়াত চিত্ৰ আৰু আন মিডিয়াৰ ব্যৱহাৰ সম্পৰ্কে কোৱা হৈছে।
- অনুৰোধ পৃষ্ঠাখনত অধিক অনুৰোধৰ বিভাগ সন্নিৱিষ্ট কৰা হৈছে।
|