হিমস্খলনFrom Wikipedia, the free encyclopedia হিমস্খলন (ইংৰাজী: Avalanche) হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে। হিমালয়ৰ এক হিমস্খলনৰ দৃশ্য
হিমস্খলন (ইংৰাজী: Avalanche) হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে। হিমালয়ৰ এক হিমস্খলনৰ দৃশ্য