সদস্য:TextCleanerBot
From Wikipedia, the free encyclopedia
এই বটটো বৰ্তমান পৰীক্ষামূলক অৱস্থাত আছে, সেয়ে কিছু ক্ষেত্ৰত ই শুদ্ধকৈ কাম নকৰিবও পাৰে। কিবা যদি ভুল দেখে, পৰিচালকক বাৰ্তা দিয়ক।
এই সদস্য হৈছে এটি বট, যাৰ পৰিচালনাৰ দ্বায়িত্বত আছে SlowPhoton (বাৰ্তা)। ই কোনো চক পাপেট নহয়, বৰং স্বয়ংক্ৰিয় বা অৰ্ধ-স্বয়ংক্ৰিয় একাউণ্ট যাৰ উদ্দেশ্য পুনৰাবৃত্তিমূলক সম্পাদনাসমূহ কৰা যিবোৰ মানুহৰ বাবে কৰা অত্যন্ত দুৰূহ আৰু সময় অপব্যয়ক।
|
এই বটে অসমীয়া ভাষা লিখোঁতে সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান ভুল শুধৰাই দিয়ে। ইয়াত মৃদুল কুমাৰ শৰ্মা ডাঙৰীয়াৰ বৰ্ণাশুদ্ধি নিবাৰক লাচিত পেড-ৰ ডাটাবেছ ব্যৱহাৰ কৰা হৈছে।