ব’হাগ
অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ / From Wikipedia, the free encyclopedia
ব'হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] বহাগত ৩১ দিন থাকে।[2] ১ ব'হাগ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনত অসমীয়া নববৰ্ষৰ উপলক্ষে 'মানুহ বিহু' পতা হয়।
০১ 15 | ||||||
০২ 16 |
০৩ 17 |
০৪ 18 |
০৫ 19 |
০৬ 20 |
০৭ 21 |
০৮ 22 |
০৯ 23 |
১০ 24 |
১১ 25 |
১২ 26 |
১৩ 27 |
১৪ 28 |
১৫ 29 |
১৬ 30 |
১৭ 01 |
১৮ 02 |
১৯ 03 |
২০ 04 |
২১ 05 |
২২ 06 |
২৩ 07 |
২৪ 08 |
২৫ 09 |
২৬ 10 |
২৭ 11 |
২৮ 12 |
২৯ 13 |
৩০ 14 |
৩১ 15 |
|||||
১৪৩০ ভাস্কৰাব্দ |