ফিলিপাইন
From Wikipedia, the free encyclopedia
ফিলিপাইন (i/ˈfɪlɨpiːnz/), চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰসান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। . ৰাজধানী হ'ল মনিলা আৰু সৰ্বাধিক জনবহুল নগৰ হ'ল কুৱেজন; দুয়োখন মেট্ৰ' মনিলাৰ অন্তৰ্গত।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ফিলিপাইন প্ৰজাতন্ত্ৰ, বৃহত্তম নগৰ ...
ফিলিপাইন প্ৰজাতন্ত্ৰ
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "মাকা-ডাঅছ, মাকা-টাও, মাকাকালিকাছান এট মাকাবাঞ্চা"[1] "ভগৱান, জনতা, প্ৰকৃতি, আৰু দেশৰ বাবে" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত লুপাং হিনিৰাং Chosen Land |
||||||
গ্ৰেইট ছীল |
||||||
ASEAN (ডাঠ সেউজীয়া) আৰু এছিয়াত (পাতল সেউজীয়া) ফিলিপাইনৰ অৱস্থান।
|
||||||
ৰাজধানী | মেনিলা 14°35′N 120°58′E | |||||
বৃহত্তম নগৰ | কুৱেজন 14°38′N 121°02′E |
|||||
ৰাষ্ট্ৰভাষা (সমূহ) | ফিলিপিন', ইংৰাজী | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ | ১৯টা ভাষা
|
|||||
বিকল্প ভাষাসমূহ | স্পেনিছ,আৰবিক | |||||
জনগোষ্ঠীসমূহ (২০১৪[2]) |
|
|||||
জাতীয়তাসূচক বিশেষণ | ফিলিপিন' | |||||
চৰকাৰ | Unitary presidential constitutional republic | |||||
- | ৰাষ্ট্ৰপতি | Rodrigo Duterte | ||||
- | উপ ৰাষ্ট্ৰপতি | Leni Robredo | ||||
- | চিনেট ৰাষ্ট্ৰপতি | Franklin Drilon | ||||
- | House Speaker | Feliciano Belmonte, Jr. | ||||
- | মুখ্য ন্যায়াধীশ | Maria Lourdes Sereno | ||||
স্বাধীনতা | স্পেইনb আৰু যুক্ট ৰাষ্ট্ৰৰ পৰা | |||||
- | স্থাপিত | ২৭ এপ্ৰিল, ১৫৬৫ | ||||
- | স্পেইনৰ পৰা স্বাধীন হয় | ১২ জুন, ১৮৯৮ | ||||
- | যুক্ট ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ | ৪ জুলাই, ১৯০২ | ||||
- | নিজা-চৰকাৰ | ২৪ মাৰ্চ, ১৯৩৪ | ||||
- | যুক্ট ৰাষ্ট্ৰৰ পৰা স্বাধীন হয় | ৪ জুলাই, ১৯৪৬ | ||||
- | বৰ্তমানৰ সংবিধান | ২ ফ্ৰেব্ৰুৱাৰী, ১৯৮৭ | ||||
মাটিকালি | ||||||
- | মাটি | ৩,০০,০০০ বৰ্গ কিমি [3](৭৩তম) ১,১৫,৮৩১ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৬১'"`UNIQ--ref-০০০০০০০৩-QINU`"' (inland waters) | ||||
জনসংখ্যা | ||||||
- | ২৭ জুলাই, ২০১৪ আনুমানিক | ১০,০৬,১৭,৬৩০'"`UNIQ--ref-০০০০০০০৪-QINU`"' (১২তম) | ||||
- | সাঁচ:Data Philippines লোকপিয়ল | সাঁচ:Data Philippines | ||||
জিডিপি (পিপিপি) | ২০১৫ আনুমানিক | |||||
- | মুঠ | $৭৫১.৭৭০ নিযুত[4] (৩০তম) | ||||
- | জনমুৰি | $৭,৪১২.২৩৬[4] (১১৮তম) | ||||
জিডিপি (নামমাত্ৰ) | ৩০১৫ আনুমানিক | |||||
- | মুঠ | $৩৩০.২৫৯ নিযুত[4] (৩৯তম) | ||||
- | জনমুৰি | $৩,২৫৬.২৬০[4] (১২৪তম) | ||||
জিনি সহগ? (২০০৯) | ৪৩.০ (৪৪তম) | |||||
মানৱ উন্নয়ন সূচক (২০১৩) | ০.৬৬০ (১১৭তম) | |||||
মুদ্ৰা | পেছ' (ফিলিপিন': piso) (₱) (PHP ) |
|||||
সময় অঞ্চল | PST (ইউটিচি+৮) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | নিৰ্ণয় কৰা হোৱা নাই (ইউটিচি+৮) | ||||
তাৰিখ বিন্যাস |
|
|||||
গাড়ী চলোৱা হয় | সোঁহাতে[5] | |||||
ইণ্টাৰনেট টিএলডি | .ph | |||||
কলিং ক'ড | +৬৩ |
বন্ধ কৰক