টেনজিং গিয়াত্ ছো
১৪জন দালাই লামা / From Wikipedia, the free encyclopedia
টেনজিং গিয়াত্ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।