ছান মাৰিণ'
From Wikipedia, the free encyclopedia
ছান মাৰিণ', আনুষ্ঠানিকভাৱে ছান মাৰিণ' গণৰাজ্য (ইটালীয় ভাষাত:Repubblica di San Marino) বা চেৰেনিছিমা ৰিপাব্লিকা ডি ছান মাৰিণ', ইউৰোপৰ এখন সৰু দেশ যি ইটালীৰে আৱৰা। ইটালীয় পেনিঞ্ছুলাত অৱস্থিত এই দেশৰ মুঠ ভূমি দখল ৬১ বৰ্গ কিলোমিটাৰতকৈ অলপ অধিক। এই দেশৰ জনসংখ্যা প্ৰায় ৩২০০০। ৰাজধানী চিটি অৱ ছাঅন মাৰিণ' আৰু বৃহত্তম চহৰ ডগানা।[1][2]
ক্ষিপ্ৰ তথ্য বৃহত্তম settlement, ৰাষ্ট্ৰভাষা (সমূহ) ...
ছান মাৰিণ' গণৰাজ্য[1][2] Repubblica di San Marino (Italian)
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "Libertas" (Latin) "মুক্তি" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Inno Nazionale della Repubblica "গণৰাজ্যৰ ৰাষ্ট্ৰীয় সঙ্গীত" |
||||||
ছান মাৰিণ'ৰ অৱস্থান (green) |
||||||
ৰাজধানী | ছান মাৰিণ' চহৰ | |||||
বৃহত্তম settlement | ডগানা 43°58′52.57″N 12°29′22.2″E |
|||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইটালিয়ান | |||||
জনগোষ্ঠীসমূহ | Sammarinese and Italians | |||||
জাতীয়তাসূচক বিশেষণ | Sammarinese | |||||
চৰকাৰ | Unitary parliamentary directorial republic | |||||
- | Captains Regent | Stefano Palmieri Matteo Ciacci |
||||
Independence | ||||||
- | Constitution | 8 October 1600 (statutes) |
||||
মাটিকালি | ||||||
- | মুঠ | ৬১.২ বৰ্গ কিমি [1](192st) ২৪ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০ (০ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2017 (July) আনুমানিক | ৩৩,৫৩৭'"`UNIQ--ref-০০০০০০০৩-QINU`"' (২১৫th) | ||||
জিডিপি (পিপিপি) | 2017 আনুমানিক | |||||
- | মুঠ | $2.09 billion[3] (175th) | ||||
- | জনমুৰি | $60,651[3] (11th) | ||||
জিডিপি (নামমাত্ৰ) | 2017 আনুমানিক | |||||
- | মুঠ | $1.55 billion[3] (174th) | ||||
- | জনমুৰি | $44,947[3] (13th) | ||||
মানৱ উন্নয়ন সূচক (2013) | 0.875 (26th) | |||||
মুদ্ৰা | ইউৰো (EUR ) |
|||||
সময় অঞ্চল | CET (ইউটিচি+1) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | CEST (ইউটিচি+2) | ||||
গাড়ী চলোৱা হয় | right | |||||
ইণ্টাৰনেট টিএলডি | .sm | |||||
কলিং ক'ড | ++378 (+39 0549 calling via Italy) | |||||
পেট্ৰ'ন চেইণ্ট | Saint Marinus Saint Agatha |
|||||
Sources: [1][4] |
বন্ধ কৰক
ছান মাৰিণ' ষোড়শ শতিকাৰ ছান মাৰিণ' সংবিধানৰ দ্বাৰা শাসিত যিয়েআন আন বিষয়ৰ লগতে ছান মাৰিণ'ৰ ৰাজনৈতিক গঠন নিয়ন্ত্ৰণ কৰে।[5]
এই দেশৰ অৰ্থনীতি সৰু হ'লেও এই দেশ জনমূৰি মুঠ ঘৰুৱা উত্পাদনৰ ক্ষেত্ৰত ইউৰোপৰ আটাইতকৈ ধনী দেশসমূহৰ সমতুল্য। ছান মাৰিণ'ত নিবনুৱা সংখ্যা তেনেই কম আৰু চৰকাৰী বাজেটত ধন প্ৰয়োজনতকৈ অধিকহে।[1] ই বিশ্বৰ একমাত্ৰ দেশ য'ত মানুহতকৈ বাহনৰ সংখ্যা অধিক।