কাজাখাস্তান
From Wikipedia, the free encyclopedia
কাজাখাস্তান (কাজাখ্ ভাষা : Қазақстан ক্বজ়ক্ব্স্তন্ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া। কাজাখস্তান প্ৰায় সম্পূৰ্ণভাবে এছিয়া মহাদেশত অৱস্থিত। দেশখনৰ কিছু অংশ য়ুৰাল নদীৰ পশ্চিমে ইউৰোপ মহাদেশত পৰিছে। দেশৰ উত্তৰ অংশত অৱস্থিত আস্তানা নগৰ ইয়াৰ ৰাজধানী।
কাজাখাস্তান গণতন্ত্ৰ Қазақстан Республикасы ক্বজ়ক্ব্স্তন্ ৰেস্পুব্লিকাচ্যি Республика Казахстан ৰেস্পুব্লিকা কাজ়াখ়্স্তান্ |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Менің Қазақстаным Meniñ Qazaqstanım My Kazakhstan |
||||||
ৰাজধানী | আস্তানা 51°10′N 71°30′E | |||||
বৃহত্তম নগৰ | আলমাটি | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | কাজাখ্ , ৰাছিয়ান | |||||
চৰকাৰ | গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | নুৰচুলতান নাজাৰবায়েভ | ||||
- | প্ৰধানমন্ত্ৰী | কৰিম মাচিমভ | ||||
স্বাধীন | ছোভিয়েট সংঘৰ পৰা | |||||
- | প্ৰথম খানাটে | হোৱাইট হৰ্ডে হিচাপে ১৩৬১ চনত | ||||
- | দ্বিতীয় খানাটে | উজবেক হৰ্ডে হিচাপে ১৪২৮ চনত | ||||
- | তৃতীয় খানাটে | কাজাখ্ খানাটে হিচাপে ১৪৬৫ চনত | ||||
- | স্বাধীনতা ঘোষণা | ডিচেম্বৰ ১৬, ১৯৯১ | ||||
- | অৱশেষত | ডিচেম্বৰ ২৫, ১৯৯১ | ||||
- | জলভাগ (%) | ১.৭% | ||||
জনসংখ্যা | ||||||
- | আনুমানিক | ১,৫২,১৭,৭১১ জন National Statistics Agency of Kazakhstan (৬২তম) | ||||
- | ১৯৯৯ লোকপিয়ল | ১,৪৯,৫৩,১০০ জন | ||||
- | ঘনত্ব | ৫.৪ প্ৰতি বৰ্গকিমি (২১৫th) ১৪.৪ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৭ আনুমানিক | |||||
- | মুঠ | $১৪৫.৫ বিলিয়ন (৫৬তম) | ||||
- | জনমুৰি | $৯৫৯৪ (৬৬তম) | ||||
জিনি সহগ? (২০০৩) | ৩৩.৯ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৭৭৪ (মধ্যম) (৭৯তম) | |||||
মুদ্ৰা | কাজাখাস্তানী টেংগে (KZT ) |
|||||
সময় অঞ্চল | West/East (ইউটিচি+৫/+৬) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | not observed (ইউটিচি+৫/+৬) | ||||
ইণ্টাৰনেট টিএলডি | .kz | |||||
কলিং ক'ড | +৭ |
কাজাখ্ ভাষা কাজাখাস্তানৰ চৰকাৰী ভাষা। কাজাখ নামৰ তুৰ্কীয় জাতি ইয়াৰ প্ৰধান জনগোষ্ঠী। ১৯২২ চনৰ পৰা ১৯৯১ পৰ্যন্ত কাজাখাস্তান ছোভিয়েট সংঘৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ পিছৰে পৰা দেশখনত ৰাষ্ট্ৰপতি শাসিত ব্যৱস্থা বিদ্যমান। ১৯৯৫ চনত এক নতুন সংবিধান প্ৰণয়ন কৰা হয়, যাতে ৰাষ্ট্ৰপতিক একচ্ছত্ৰ ক্ষমতা দিয়া হয়।