ক'ৰ'ণা ভাইৰাছ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
From Wikipedia, the free encyclopedia
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ক'ৰ'ণা ভাইৰাছ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- ক'ৰ'ণা ভাইৰাছ (গোট): একে শ্ৰেণীভুক্ত ভাইৰাছৰ গোট যাৰ দ্বাৰা স্তন্যপায়ী প্ৰাণী আৰু পক্ষী আক্ৰান্ত হয়।
- ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ বা চমুকৈ COVID-19: ২০১৯ চনত চীনৰ ৱুহান চহৰত প্ৰথমবাৰৰ বাবে দেখা দিয়া এক প্ৰকাৰৰ সংক্ৰামক ৰোগ
- ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰী: বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |