এৰিট্ৰিয়া
From Wikipedia, the free encyclopedia
ইৰিত্ৰিয়া , আনুষ্ঠানিকভাৱে ইৰিত্ৰিয়া ৰাজ্য, পূব আফ্ৰিকাৰ হৰ্ণ অৱ আফ্ৰিকা অঞ্চলৰ এখন দেশ, ইয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ আছমাৰা। ইয়াৰ দক্ষিণে ইথিওপিয়া, পশ্চিমে চুডান আৰু দক্ষিণ-পূবে জিবুতি। ইৰিত্ৰিয়াৰ উত্তৰ-পূব আৰু পূব অংশত লোহিত সাগৰৰ কাষে কাষে বিস্তৃত উপকূল আছে। দেশখনৰ মুঠ আয়তন প্ৰায় ১১৭,৬০০ কিলোমিটাৰ বৰ্গফুট (৪৫,৪০৬ বৰ্গমাইল), আৰু ইয়াত ডাহলাক দ্বীপপুঞ্জ আৰু কেইবাটাও হানিছ দ্বীপপুঞ্জ অন্তৰ্ভুক্ত কৰা হৈছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
এই অংশটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |