অৰ্জুন বঁটা
From Wikipedia, the free encyclopedia
ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়৷ এই বঁটাত আছে ৩ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
অৰ্জুন বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | ক্ৰীড়া (ব্যক্তিগত) | |
প্ৰতিষ্ঠা | ১৯৬১ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬১ | |
অন্তিমবাৰ প্ৰদান | ২০০৭ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
বঁটাৰ মৰ্যদা | ||
ৰাজীৱ গান্ধী খেলৰত্ন ← অৰ্জুন বঁটা → |
বন্ধ কৰক