শেখ হাছিনা
From Wikipedia, the free encyclopedia
শেখ হাছিনা ৱাজেদ (বঙালী: শেখ হাসিনা ওয়াজেদ; জন্ম: ২৮ ছেপ্টেম্বৰ, ১৯৪৭) বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী। তেওঁ বাংলাদেশৰ ১০ম জাতীয় সংসদৰ চৰকাৰদলীয় প্ৰধান আৰু বাংলাদেশ আৱামী লীগৰ সভানেত্ৰী। তেওঁ বাংলাদেশৰ মহান স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা আৰু বাংলাদেশ চৰকাৰৰ প্ৰথম ৰাষ্ট্ৰপতিপতি জাতিৰ জনক বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ কন্যা।
ক্ষিপ্ৰ তথ্য শেখ হাছিনা, বাংলাদেশৰ ১০ম প্ৰধানমন্ত্ৰী ...
শেখ হাছিনা | |
---|---|
শেখ হাসিনা | |
লণ্ডনত শেখ হাছিনা (২০১১) | |
বাংলাদেশৰ ১০ম প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ৬ জানুৱাৰী, ২০০৯ – বৰ্তমান | |
ৰাষ্ট্ৰপতি | ইয়াজউদ্দিন আহম্মেদ জিল্লুৰ ৰহমান আব্দুল হামিদ |
পূৰ্বসূৰী | ফখৰুদ্দীন আহমদ (তত্ত্বাবধায়ক) |
কাৰ্যকাল ২৩ জুন, ১৯৯৬ – ১৫ জুলাই, ২০০১ | |
ৰাষ্ট্ৰপতি | আবদুৰ ৰহমান বিশ্বাস ছাহাবুদ্দিন আহমেদ |
পূৰ্বসূৰী | মুহাম্মদ হাবিবুৰ ৰহমান (তত্ত্বাবধায়ক) |
উত্তৰসূৰী | লতিফুৰ ৰহমান (তত্ত্বাবধায়ক) |
জাতীয় সংসদৰ বিৰোধীদলীয় নেতা | |
কাৰ্যকাল ১০ অক্টোবৰ, ২০০১ – ২৯ অক্টোবৰ, ২০০৬ | |
পূৰ্বসূৰী | খালেদা জিয়া |
উত্তৰসূৰী | খালেদা জিয়া |
কাৰ্যকাল ২০ মাৰ্চ, ১৯৯১ – ৩০ মাৰ্চ, ১৯৯৬ | |
পূৰ্বসূৰী | এ.এছ.এম. আবদুৰ ৰব |
উত্তৰসূৰী | খালেদা জিয়া |
সভানেত্ৰী বাংলাদেশ আৱামী লীগ | |
কাৰ্যকাল ১৭ মে ১৯৮১ – বৰ্তমান | |
পূৰ্বসূৰী | আছাদুজ্জামান খান |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ ছেপ্টেম্বৰ, ১৯৪৭ (৭৬ বছৰ) টুংগীপাৰা, পূৰ্ব বংগ, পাকিস্তান (বৰ্তমান বাংলাদেশ) |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
ৰাজনৈতিক দল | বাংলাদেশ আৱামী লীগ (১৯৮১–বৰ্তমান) |
আন ৰাজনৈতিক সম্পৰ্ক |
বাংলাদেশ মহাজোঁট (২০০৮–বৰ্তমান ) |
দাম্পত্যসঙ্গী | ৱাজেদ মিয়া (১৯৬৮-২০০৯, বিধবা) |
সন্তান | ছাজিব ৱাজেদ ছায়মা ৱাজেদ |
মাতৃ | শেখ ফজিলাতুন্নেছা মুজিব |
পিতৃ | শেখ মুজিবুৰ ৰহমান |
শিক্ষানুষ্ঠান | আজিমপুৰ বালিকা উচ্চ বিদ্যালয় ইডেন মহিলা কলেজ ঢাকা বিশ্ববিদ্যালয় |
বন্ধ কৰক