সত্যভামা
শ্ৰীকৃষ্ণৰ পত্নী / From Wikipedia, the free encyclopedia
সত্যভামা (ইংৰাজী: Satyabhama) হৈছে হিন্দু দেৱী আৰু হিন্দু দেৱতা বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ তৃতীয় ৰাণী-সহধৰ্মী। তেওঁক সত্ৰজিতী বুলিও কোৱা হয়। সত্যভামাক পৃথিৱী-দেৱী ভূদেৱীৰ অৱতাৰ বুলিও বৰ্ণনা কৰা হয়। তেওঁ দানৱ নৰকাসুৰক পৰাস্ত কৰিবলৈ শ্ৰীকৃষ্ণক সহায় কৰিছিল।
ক্ষিপ্ৰ তথ্য সত্যভামা, দেৱনাগৰী ...
সত্যভামা | |
---|---|
১২-১৩ শতিকাৰ সত্যভামাৰ ভাস্কৰ্য | |
দেৱনাগৰী | सत्यभामा |
সংস্কৃত লিপ্যন্তৰ | Satyabhāma |
সম্পৰ্ক | দেৱী, ভূদেৱী, অষ্টভাৰ্য্যা, দ্বাৰকাৰ ৰাণী |
নিবাস | দ্বাৰকা |
সঙ্গী | কৃষ্ণ |
পিতৃ-মাতৃ | সত্ৰজিত (পিতৃ) |
সন্তান | ভানু, স্বভানু, সুভানু, ভানুমান, প্ৰভানু, অতিভানু, প্ৰতিভানু, শ্ৰীভানু, বৃহদ্ভানু আৰু চন্দ্ৰভানু |
বন্ধ কৰক