ব্ৰুণেই
From Wikipedia, the free encyclopedia
ব্ৰুণেই (মালয় ভাষা: Negara Brunei Darussalam) দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চলৰ একমাত্ৰ দেশ হিচাপে ব্ৰুণেই ব্ৰিটিছ উপনিবেশৰ অন্তৰ্গত থকাৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত এই দেশস্বাধীন হয়।
ক্ষিপ্ৰ তথ্য নেগাৰা ব্ৰুণেই দাৰুচেলাম (ব্ৰুণেই ৰাষ্ট্ৰ, শান্তিৰ স্থান) Negara Brunei DarussalamState of Brunei, Abode of Peace بروني دارالسلام, বৃহত্তম নগৰ ...
নেগাৰা ব্ৰুণেই দাৰুচেলাম (ব্ৰুণেই ৰাষ্ট্ৰ, শান্তিৰ স্থান) Negara Brunei Darussalam State of Brunei, Abode of Peace بروني دارالسلام
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "ঈশ্বৰৰ নীতি অনুসৰি সেৱা আগবঢ়ায় যোৱা" ("Always in service with God's guidance") (translation) |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত আল্লাহ পেলিহাৰাকান চুলতান চুলতানে আল্লাহৰ আশিস লাভ কৰক |
||||||
ৰাজধানী | বন্দৰ চিৰি বেগাৱান 4°55′N 114°55′E | |||||
বৃহত্তম নগৰ | ৰাজধানী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মালয় ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | ব্ৰুণেইয়ান | |||||
চৰকাৰ | ||||||
- | চুলতান | হাছানাল বল্কীআহ | ||||
স্বাধীন | ||||||
- | ব্ৰিটিছ শাসনৰ পৰা মুক্তি | ১ জানুৱাৰী, ১৯৮৪ |
||||
মাটিকালি | ||||||
- | মুঠ | ৫,৭৬৫ বৰ্গ কিমি (১৭০তম) ২,২২৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৮.৬ (৪৯৬ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | নৱেম্বৰ ২০০৭ আনুমানিক | ৩,৯১,৪৫০ (১৭৭তম) | ||||
- | ২০০১ লোকপিয়ল | ৩,৩২,৮৪৪ | ||||
জিডিপি (পিপিপি) | ২০০৫ আনুমানিক | |||||
- | মুঠ | $৯.০০৯ বিলিয়ন (১৩৮তম) | ||||
- | জনমুৰি | $২৪,৮২৬ (২৬তম) | ||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৮৭১ (উচ্চ) (৩৪তম) | |||||
মুদ্ৰা | ব্ৰুণেই ডলাৰ (BND ) |
|||||
সময় অঞ্চল | (ইউটিচি+৮) | |||||
ইণ্টাৰনেট টিএলডি | .bn | |||||
কলিং ক'ড | +৬৭৩ | |||||
1 | পূব মালয়েছিয়াৰ পৰা ০৮০ |
বন্ধ কৰক
ব্ৰুণেই দুটা ব্ৰুনাই বেলেগ বেলেগ অঞ্চলৰে গঠিত। ইয়াৰ ভিতৰত পশ্চিম অংশতো বৃহত্তৰ। এই অংশতে সমুদ্ৰ বন্দৰ আছে। এই দুই অংশক মালয়েছিয়াৰ সাৰাওয়াক প্ৰদেশে আগুৰি আছে। বন্দৰ চিৰি বেগাৱান ব্ৰুণেইৰ ৰাজধানী। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গকিলোমিটাৰ।