ৱিকিতথ্য
From Wikipedia, the free encyclopedia
ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।[2][3] ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।
ক্ষিপ্ৰ তথ্য ৱিকিতথ্য বা ৱিকিডে'টা, ইউ আৰ এল ...
ৱিকিতথ্য বা ৱিকিডে'টা | |
---|---|
soft2i | |
ইউ আৰ এল | www.wikidata.org |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ৱিকি |
পঞ্জীয়ন | বাধ্যতামূলক নহয় |
ভাষা | বহুভাষিক es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেচন |
সৃষ্টিকৰ্তা | ৱিকিমিডিয়া সমাজ |
মুকলি | ৩০ অক্টোবৰ ২০১২ (2012-10-30) |
এলেক্সা স্থান | 18,037 (October 2014[update]) [1] |
বন্ধ কৰক