ৰেট চিণ্ড্ৰোম
From Wikipedia, the free encyclopedia
ৰেট চিণ্ড্ৰোম ইংৰাজী: Rett syndrome হৈছে এক আনুবংশিক বিকাৰ যি সাধাৰণতে ৬-১৮ মাহ বয়সৰ পিছত আৰু কেৱল মহিলাৰ ক্ষেত্ৰতহে দেখা যায়।[4] এই বিকাৰৰ লক্ষণবোৰৰ ভিতৰত আছে ভাষা আৰু সমন্বয়ৰ অক্ষমতা, আৰু পুনৰাবৃত্তিমূলক গতিবিধি ।[4] প্ৰভাৱিত লোকসকলৰ প্ৰায়ে ধীৰ বিকাশ, খোজ কঢ়াত অসুবিধা আৰু মুৰৰ আকাৰ সৰু হয়। [4][5] ৰেট চিণ্ড্ৰোমৰ জটিলতাবোৰত চিজাৰ, স্কোলাইচিছ আৰু টোপনিৰ সমস্যা আদি। [4] অৱস্থাৰ তীব্ৰতা পৰিৱৰ্তনশীল হোৱাও দেখা যায়।[5]
ক্ষিপ্ৰ তথ্য Rett syndrome, অন্য নাম ...
Rett syndrome | |
---|---|
অন্য নাম | চেৰিব্ৰ'এট্ৰফিক হাইপাৰএমোনেমিয়া ,[1][2] ডিমেনচিয়া, এটেক্সিয়া, আৰু উদ্দেশ্যপূৰ্ণ হাত ব্যৱহাৰৰ লক্ষণ হেৰুওৱা[3] |
ৰেট চিণ্ড্ৰোম থকা ছোৱালী এজনীয়ে কেমেৰালৈ চাই হাঁহি আছে | |
বিভাগ | মনোৰোগ,ক্লিনিকেল চাইক'লজি, শিশু চিকিৎসা, স্নায়ুবিজ্ঞান |
লক্ষণ | ভাষা আৰু সমন্বয়ৰ অক্ষমতা, আৰু পুনৰাবৃত্তিমূলক গতিবিধি, লেহেমীয়া বৃদ্ধি, মাইক্ৰ'চেফালি বা সৰু মূৰৰ আকাৰ[4] |
জটিলতা | চিজাৰ, স্কোলাইচিছ, টোপনিৰ সমস্যা[4] |
আৰম্ভণি | ৬–১৮ মাহ বয়সৰ পিছত[4] |
স্থায়িত্ব | আজীৱন [5] |
কাৰণ | এম ই চি পি2 জিনৰ পৰিৱৰ্তন [4] |
ৰোগ নিৰূপণ | লক্ষণৰ ওপৰত আধাৰিত কৰি, আনুবংশিক পৰীক্ষা[5] |
একেধৰণৰ ৰোগ | এঞ্জেলমেন চিনড্ৰম, অটিজিম, মস্তিষ্কৰ পক্ষাঘাত, শৈশৱৰ বিভাজন বিকাৰ, বিভিন্ন নিউৰ'ডিজেনেৰেচন বা স্নায়ুৰ অৱক্ষয়ী বিকাৰ।s[6] |
চিকিৎসা | বিশেষ শিক্ষা প্ৰদান, ফিজিঅ'থেৰাপী, ব্ৰেচ[5] |
ঔষধ | এন্টিকনভালচেণ্টs[5] |
আৰোগ্য সম্ভাৱনা | জীৱনৰ প্ৰত্যাশা বেছিভাগৰ বাবে মধ্য বয়স.[5] |
পুনৰাবৃত্তি | ৮৫০০ মহিলাৰ ভিতৰত ১ জন[4] পুৰুষৰ ক্ষেত্ৰত মাৰাত্মক, যাৰ ব্যতিক্ৰম বিৰল |
বন্ধ কৰক