ৰামানন্দ সাগৰ
From Wikipedia, the free encyclopedia
ৰামানন্দ সাগৰ (২৯ ডিচেম্বৰ ১৯১৭ – ১২ ডিচেম্বৰ ২০০৫; জন্মতে চন্দ্ৰমৌলি চোপ্ৰা) আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰা একে নামৰ ধাৰাবাহিকখন ১৯৮৭ চনত টেলিভিছনত সম্প্ৰচাৰিত হৈছিল আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1] ২০০০ চনত ভাৰত চৰকাৰে তেখেতেক সন্মানীয় পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে।[2]
ক্ষিপ্ৰ তথ্য ৰামানন্দ সাগৰ, জন্ম ...
ৰামানন্দ সাগৰ | |
---|---|
জন্ম | চন্দ্ৰমৌলী চোপ্ৰা ২৯ ডিচেম্বৰ, ১৯১৭ লাহোৰ, পঞ্জাব, পাকিস্তান, ব্ৰিটিছশাসিত ভাৰত (বৰ্তমান পাকিস্তানত) |
মৃত্যু | ১২ ডিচেম্বৰ, ২০০৫ (৮৭ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ,ভাৰত |
অন্য নাম | ৰামানন্দ চোপ্ৰা ৰামানন্দ বেদী ৰামানন্দ কাশ্মিৰী |
পেচা | চিত্ৰ পৰিচালক, পৰিচালক, লেখক |
দাম্পত্যসঙ্গী | লীলাৱতী |
সন্তান | আনন্দ সাগৰ, প্ৰেম সাগৰ, মোতি সাগৰ, সুভাষ সাগৰ, নীলম সাগৰ |
বন্ধ কৰক