ৰাণী লক্ষ্মীবাই
ঝান্সীৰ ৰাণী / From Wikipedia, the free encyclopedia
ৰাণী লক্ষ্মীবাই ( pronunciation (সহায়·তথ্য); ১৯ নৱেম্বৰ ১৮২৮ – ১৮ জুন ১৮৫৮),[1][2] উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত।[3] ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক সূচাবলৈ তেওঁ এটা প্ৰতীকত পৰিণত হৈছিল।
ক্ষিপ্ৰ তথ্য লক্ষ্মীবাই, ৰাজত্ব ...
বন্ধ কৰক