ৰছী টনা খেল
From Wikipedia, the free encyclopedia
ৰছী টনা (ইংৰাজী: Tug of war) হৈছে এক খেল বিশেষ। য'ত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে।
ক্ষিপ্ৰ তথ্য সৰ্বোচ্চ পৰিচালনা সংস্থা, অন্য নাম ...
ইউৰোপীয়ান চেম্পিয়নচিপ ২০০৯ ত আয়াৰলেণ্ড ৬০০ কিলোগ্ৰামৰ টিম | |
সৰ্বোচ্চ পৰিচালনা সংস্থা | টাগ অফ ৱাৰ ইণ্টাৰনেচনেল ফেডাৰেচন |
---|---|
অন্য নাম | TOW |
প্ৰথমবাৰ খেলা হয় | পুৰণি |
বৈশিষ্ট্য | |
দলৰ সদস্য | ৮ বা অধিক |
মিশ্ৰিত লিঙ্গৰ খেল | ৪+৪ |
বৰ্গীকৰণ | দলীয়, বাহিৰত খেলা খেল। |
উপকৰণ | ৰছী আৰু জোতা |
অলিম্পিক | ১৯০০ৰ পৰা ১৯২০লৈ গ্ৰীষ্মকালীন অলিম্পিকৰ অংশ আছিল। |
বন্ধ কৰক