২০১২
From Wikipedia, the free encyclopedia
২০১২ খ্ৰীষ্টাব্দ ৰোমান সংখ্যাৰ (ইংৰাজী: MMXII) এটা অধিবৰ্ষ। ইয়াৰ প্ৰথম দিনটো আছিল দেওঁবাৰ। গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি এইটো ২০১২তম বৰ্ষৰ সাধাৰণ যোগ তথা এনো ডোমিনি আৰু ২১শ শতাব্দীৰ ১২তম বৰ্ষ।
এই বৰ্ষটো এলান ট্যুৰিং বছৰ হিচাপে নামাঙ্কিত কৰা হৈছে।[1] ২০১২ বৰ্ষটোৰ বাবে বিভিন্ন সভ্যতা (মায়া, ইনকা) আৰু মানুহে (নষ্ট্ৰাদমাছ) ভবিষ্যৎবাণী কৰিছে।