হোশিয়াৰ সিং দাহিয়া
পৰম বীৰ চক্ৰ সন্মানেৰে সন্মানিত ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
কৰ্ণেল হোশিয়াৰ সিং দাহিয়া (ইংৰাজী: Hoshiar Singh Dahiya), পিভিচি (৫ মে' ১৯৩০-৬ ডিচেম্বৰ ১৯৯৮) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য কৰ্ণেলহোশিয়াৰ সিং পিভিচি, জন্মৰ নাম ...
কৰ্ণেল হোশিয়াৰ সিং পিভিচি | |
---|---|
জন্মৰ নাম | হোশিয়াৰ সিং দাহিয়া |
জন্ম | ৫ মে', ১৯৩৬ সিসানা,[1] ৰোহতক জিলা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান সোনিপথ জিলা, হাৰিয়ানা, ভাৰত) |
মৃত্যু | ৬ ডিচেম্বৰ, ১৯৯৮ (৬১ বছৰ) জয়পুৰ, ৰাজস্থান, ভাৰত |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৬৩-১৯৮৮ |
পদমৰ্যদা | কৰ্ণেল |
চাৰ্ভিছ নাম্বাৰ | আইচি-১৪৬০৮এ |
ইউনিট | গ্ৰেনেডিয়াৰ |
নেতৃত্বসমূহ | ৩ গ্ৰেনেডিয়াৰ |
যুদ্ধ-বিগ্ৰহ | ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ বসন্তৰৰ যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
বন্ধ কৰক