হাতীপটি
সৌৰজগত থকা তাৰকাৰাজ্য / From Wikipedia, the free encyclopedia
হাতীপটি (ইংৰাজী: Milky Way) হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।
ক্ষিপ্ৰ তথ্য নিৰীক্ষণ কৰা তথ্য, প্ৰকাৰ ...
পাৰানেল অৱজাৰভেটৰীৰ ৰাতিৰ আকাশত হাতীপটিৰ গেলেক্টিক কেন্দ্ৰ (লেজাৰডালে দূৰবীণৰ বাবে গাইড-তৰাৰ কাম কৰিছে)। | |
নিৰীক্ষণ কৰা তথ্য | |
---|---|
প্ৰকাৰ | Sb, Sbc, or SB(rs)bc[1] (দণ্ড সৰ্পিলাকাৰ তাৰকাৰাজ্য) |
পৰিধি | সাঁচ:Convert/kly[2] |
লাহী ষ্টেলাৰ ডিছৰ ঘনত্ব | ≈সাঁচ:Convert/kly |
নক্ষত্ৰৰ সংখ্যা | ১–৪ লাখ নিযুত (২.৫ × ১০১১ ± ১.৫ × ১০১১) |
সবাতোকৈ পুৰণি তৰা | ≥১৩.৭ Gyr |
ভৰ | ০.৮–১.৫×1012 সৌৰ ভৰ |
কৌণিক ভৰবেগ | ≈1×1067 J s[3] |
গেলেক্টিক কেন্দ্ৰৰ পৰা সূৰ্যৰ দূৰত্ব | সাঁচ:Convert/kly |
Sun's Galactic rotation period | ২৪০ Myr |
সৰ্পিলাকাৰ আৰ্হিৰ ঘুৰ্ণন কাল | ২২০–৩৬০ Myr |
দণ্ড আৰ্হিৰ ঘুৰ্ণন কাল | ১০০–১২০ Myr |
Speed relative to CMB rest frame | ৬৩১ ± ২০ কিমি/ছে[4] |
সূৰ্যৰ অৱস্থানত পলায়ন বেগ | ৫৫০ কিমি/ছে |
সূৰ্যৰ অৱস্থানত কৃষ্ণ পদাৰ্থৰ ঘনত্ব | ০.০০৮৮সাঁচ:Sup sub সৌৰ ভৰpc-3 বা ০.৫৫সাঁচ:Sup sub GeV cm-৩ |
লগতে চাওক: তাৰকাৰাজ্য, তাৰকাৰাজ্যসমূহৰ তালিকা |
বন্ধ কৰক