সুভদ্ৰা
মহাভাৰতৰ এটা চৰিত্ৰ / From Wikipedia, the free encyclopedia
সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী।
ক্ষিপ্ৰ তথ্য সুভদ্ৰা, সঙ্গী ...
সুভদ্ৰা | |
---|---|
দেৱী যোগমায়াৰ অৱতাৰ | |
ৰাজা ৰবি বৰ্মাৰ অৰ্জুন আৰু সুভদ্ৰা শীৰ্ষক পেইণ্টিং | |
সঙ্গী | অৰ্জুন |
পিতৃ-মাতৃ | বাসুদেৱ (পিতৃ), ৰোহিনী (বাসুদেৱৰ পত্নী) (মাতৃ) |
সহোদৰ | কৃষ্ণ আৰু বলৰাম (ভাতৃ) |
সন্তান | অভিমন্যু (পুত্ৰ), উত্তৰা (বোৱাৰী) আৰু পৰীক্ষিত (নাতি) |
বন্ধ কৰক