সিৰা
From Wikipedia, the free encyclopedia
সিৰা (ইংৰাজী: Vein) হ’ল শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই নিয়া আৰু হৃদযন্ত্ৰত প্ৰৱেশ কৰা ৰক্তবাহিকা।[1]
ক্ষিপ্ৰ তথ্য সিৰা, সবিশেষ ...
সিৰা | |
---|---|
মানৱ শৰীৰৰ গুৰুত্বপূৰ্ণ সিৰা | |
সিৰাৰ গঠন | |
সবিশেষ | |
তন্ত্ৰ | সংবহন তন্ত্ৰ |
চিনাক্তকাৰক | |
লেটিন | vena |
MeSH | D014680 |
TA98 | A12.0.00.030 A12.3.00.001 |
TA2 | 3904 |
FMA | 50723 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
সিৰাবোৰে সাধাৰণতে অশুদ্ধ তেজ (অক্সিজেনবিহীন বা ডিঅক্সিজেনেটেদ তেজ) কঢ়িয়াই লৈ ফুৰে। সিৰা ধমনীৰ দৰে তিনি তৰপীয়া। ইয়াৰ ব্যতিক্ৰম হ'ল ক্লোম সিৰা বা হাওঁফাওঁৰ সিৰা যিয়ে অক্সিজেনযুক্ত তেজ বা অক্সিজেনেটেদ তেজ কঢ়িয়াই লৈ ফুৰে।[2] সাধাৰণতে শৰীৰৰ বিভিন্ন অংশৰ ৰক্ত কেশিকাৰ পৰা সিৰাৰ উৎপত্তি হয় আৰু এনে অসংখ্য নলীকাক সামূহিকভাৱে সিৰা বুলি কোৱা হয়। ই হৃদযন্ত্ৰলৈ ঘূৰি আহি ধমনী হৈ পৰে।[3]