সাবৰমতী আশ্ৰম
মহাত্মা গান্ধীৰ বাসগৃহ (১৯১৭-১৯৩০) / From Wikipedia, the free encyclopedia
সাবৰমতী আশ্ৰম (ইংৰাজী: Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।
ক্ষিপ্ৰ তথ্য সাবৰমতী আশ্ৰম, ভূ-স্থানাংক ...
সাবৰমতী আশ্ৰম | |
---|---|
সাবৰমতী আশ্ৰম, আহমেদাবাদ | |
ভূ-স্থানাংক | 23°03′36″N 72°34′51″E |
নাম | |
অন্য নাম | সত্যাগ্ৰহ আশ্ৰম আৰু হৰিজন আশ্ৰম |
আনুস্থানিক নাম | সাবৰমতী আশ্ৰম |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | গুজৰাট |
স্থান | সাবৰমতী আশ্ৰম, আহমেদাবাদ |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৭ জুন ১৯১৭ |
স্থপতি | চাৰ্লচ কোৰিয়া |
ৱেবছাইট | www.gandhiashramsabarmati.org |
বন্ধ কৰক