সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে।[2][3] ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ষত- সমগ্ৰ জনসংখ্যা আৰু মহিলাৰ মাজত। পুৰুষৰ ক্ষেত্ৰত পুডুচেৰী শীৰ্ষত। সকলো মিলাই আৰু পুৰুষৰ ক্ষেত্ৰত বিহাৰ সৰ্বনিম্ন আৰু পুৰুষৰ ক্ষেত্ৰত ৰাজস্থান সৰ্বনিম্ন।[2]